খালী পেটত পুৰুষে নহৰু খোৱাটো ভাল নেকি?
3 SEP 2025
TV9 ASSAM
খালী পেটত নহৰু খোৱাটো শৰীৰৰ বাবে যথেষ্ঠ ভাল।
নহৰু খোৱা
শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ লগতে প্ৰজনন ক্ষমতা বৃদ্ধি কৰিব পাৰে।
উপকাৰ
যদি নহৰুৰ পৰা এলাৰ্জী হয় তেন্তে খাব নালাগে।
উপকাৰ
দুই ফুটা নহৰু খালে ইয়াৰ প্ৰভাৱ শীঘ্ৰে পুৰুষৰ দেহত দেখিব।
উপকাৰ
ইয়াৰোপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, হজম শক্তি উন্নত, হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল কৰে।
উপকাৰ
ৰক্তচাপ, স্বাভাৱিক কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ আৰু পুৰুষত্ব আৰু যৌন স্বাস্থ্য বৃদ্ধি কৰে।
নহৰুৰ উপকাৰ
কিন্তু কোনো সমস্যাৰ মুখামুখি হ'লে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লওক।
মনত ৰাখক
লগতে পঢ়ক
আপোনাৰ ফোন নম্বৰৰ আগত কিয় +91 থাকে?
Learn more