গৰমৰ দিনত তৰমুজ খাই সকলোৱে ভাল পায়।
26 April 2025
TV9 ASSAM
তৰমুজ ভাল কিন্তু ইয়াৰ গুটি খালে কি হ’ব পাৰে? বিপদত পৰিব নেকি আপুনি?
তৰমুজৰ গুটি
শৰীৰক শীতল কৰি ৰাখিবলৈ তৰমুজতকৈ ভাল ফল নাই। কাৰণ তৰমুজত ৯২ শতাংশ পানী থাকে।
গৰমত খাওক
তদুপৰি তৰমুজৰ গুটিত আইৰণ, কেলচিয়াম, জিংক, মেংগানিজ, পটাছিয়াম, ভিটামিন B6 থাকে।
পুষ্টিকৰ উপাদান
বহুতে তৰমুজ খাওঁতে ভুলতে গুটি গিলি দিয়ে আৰু ভয় কৰে, এতিয়া কি হ'ব?
তৰমুজৰ গুটি
বীজে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। কেৱল সেয়াই নহয়, হজম শক্তি বঢ়োৱাত সহায় কৰে।
বীজৰ উপকাৰ
বয়সৰ ৰেখা কমোৱা বা ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত তৰমুজৰ গুটিয়ে যথেষ্ঠ সহায় কৰে।
ছালৰ বাবে উপকাৰী
তৰমুজৰ গুটিয়ে পুৰুষৰ প্ৰজনন ক্ষমতা বৃদ্ধিত অৰিহণা যোগায়।
উপকাৰ
চাবলৈ ক্লিক কৰক
লিপষ্টিকৰ ইতিহাস
Learn more