আপোনাৰ আৰ্থিক দিশৰ উন্নতি হোৱাটো বিচাৰে নে?

20 AUG 2025

TV9 ASSAM

 আৰ্থিক দিশৰ উন্নতি হ'লে মানুহৰ জীৱনত সুখ আহে।

অৰ্থ

বৃহস্পতিবাৰ আৰু একাদশীত চুলি আৰু নখ নাকাটিব।

কি কি কৰিব

বৃহস্পতিবাৰে চুলি বা নখ কাটিলে দেৱী লক্ষ্মী আঁতৰি যায় আৰু ব্যক্তিজনৰ ধন হানি হয়।

লক্ষ্মীৰ খং

ঘৰত বেয়া জোতা বা চেণ্ডেল ৰখাটো অশুভ বুলি গণ্য কৰা হয়। 

লক্ষ্মীৰ খং

ঘৰৰ যিকোনো টেপ বা টেংকিৰ পৰা পানী টোপাল টোপালকৈ ওলোৱাটো অশুভ।

নকৰিব

ঘৰত ক্ষতিগ্ৰস্ত বা পুৰণি বস্তু ৰাখিলে আৰ্থিক ক্ষতি হয়।

নাৰাখিব

এইবোৰ অনুসৰণ কৰিলে আপোনাৰ হাতলৈ ধন-সম্পত্তি আহিব।

ধন

লগতে পঢ়ক

মহৰ কামোৰত অতিষ্ঠ হৈছে নেকি?