পুৰীত ২৭ জুনৰ পৰা আৰম্ভ ভগৱান জগন্নাথৰ ৰথ যাত্ৰা।

28 June 2025

TV9 ASSAM

ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বেলেগ বেলেগ ৰথ থাকে।

ৰথ

অক্ষয় তৃতীয়াৰ পৰা ৫৮ দিনত ৪৫ ফুটৰ তিনিখন ৰথ নিৰ্মাণৰ আৰম্ভ হৈছিল। 

নিৰ্মাণ

মনত প্ৰশ্ন উদয় হয়, ইমান দিনে প্ৰস্তুত কৰা ৰথ কেইখন যাত্ৰাৰ শেষত কি কৰে?

কি কৰে

ৰথ যাত্ৰাৰ শেষত ৰথকেইখন থৈ দিয়ে। এই কাঠখিনি যথেষ্ঠ পবিত্ৰ।

ৰথ

ৰথৰ কিছু কাঠ জগন্নাথ মন্দিৰৰ ভোগ নিৰ্মাণতো ব্যৱহাৰ কৰা হয়।

কাঠখিনি

যাত্ৰা শেষ হোৱাৰ কেইদিনমান পিছতে ৰথকেইখন ভাঙি পেলোৱা হয়।

ৰথ

ৰথৰ এটা বৃহৎ অংশ নিলাম কৰা হয়, ইয়াৰ আটাইতকৈ মূল্যৱান অংশ হ’ল চকা।

চকা

চাবলৈ ক্লিক কৰক 

কাটা লাগা গাৰ্ল খ্যাত ফালী জাৰিৱালাৰ সম্পত্তি