সৌভাগ্যশালী লোকৰ শৰীৰৰ এই স্থানত থাকে তিল!

21  May 2025

TV9 ASSAM

শৰীৰৰ কিছুমান অংশত থকা তিলে আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰে।

আকৰ্ষণ

 ওঁঠৰ বিভিন্ন অংশত তিল থকাটোয়ে ইয়াৰ অৰ্থ পৃথক কৰে।

অৰ্থ

হাতৰ তলুৱাত তিল থকা লোকে জীৱনত বহু সফলতা লাভ কৰে।

সফলতা

নাকত তিল থকা লোক বহুত ভাগ্যৱান আৰু বিলাসী জীৱন লাভ কৰে।

বিলাসী জীৱন

কঁকালত তিল থকাটোও শুভকামনাৰ সূচক।

শুভ

কপালত তিল থাকিলে ভাগ্য ৩৫ বছৰ বয়সৰ পিছত সূৰ্য্যৰ দৰে জিলিকি উঠে।

ভাগ্য উদয়

নাভিত তিল থকা লোকসকলো বহুত ভাগ্যবান। এনেলোকে নিজৰ মতে কাম কৰে।

কৰ্মদ্যোমি

চাবলৈ ক্লিক কৰক 

সোণৰ মূল্য কিমান?