মানুহৰ মন একেবাৰে জটিল। 

January 20, 2026

TV9 ASSAM

মহিলাসকল বহুত বেছি আবেগিক, গতিকে শাৰীৰিক সুখতকৈ মানসিক সুখহে বেছি বিচাৰে। কিন্তু এই ক্ষেত্ৰত পুৰুষসকল পৃথক।

কাৰণ

সম্পৰ্কটোক আগুৱাই নিয়া আৰু সুদৃঢ় কৰি ৰখাৰ উপৰিও সন্মানেই আটাইতকৈ গুৰুত্বপূৰ্ণ। যিদৰে পুৰুষে নাৰীক সন্মান কৰে তেনেকৈ পুৰুষকো কৰাটো বিচাৰে।

সম্পৰ্ক

পুৰুষে সকলো কামত পত্নীৰ চাপোৰ্ট বিচাৰে। স্বামীয়ে বিচাৰে তেওঁৰ পত্নীয়ে তেওঁক বুজক ভালকৈ।

সম্পৰ্ক

এজন পুৰুষে সদায় মহিলাজনীৰ ব্যৱহাৰ চাই ভাল পায়। হাঁহিমুখীয়া আৰু সকলোকে মৰম দিব জনা ছোৱালী প্ৰিয়।

প্ৰিয়

তেওঁৰ পৰিয়ালক সন্মান কৰক, সকলোকে একেলগে ৰাখিবলৈও সক্ষম হওক। 

পুৰুষে বিচাৰে

পৰিয়ালৰ মূল্যবোধ বুজি পোৱা মহিলাসকলে আদৰ্শ জীৱন সংগী হিচাপে গঢ়ি তুলিব পাৰে।

পুৰুষে বিচাৰে

এই লেখাত দিয়া তথ্যসমূহ সামাজিক মাধ্যমৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে ইয়াক সমৰ্থন নকৰে।

অস্বীকাৰ

পঢ়িবলৈ ক্লিক কৰক

সৰস্বতী পূজাত পিন্ধক এনেধৰণৰ কাপোৰ, সকলোৰে দৃষ্টি কাঢ়িব আপুনি!