স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী জালুক!

14  Dec 2025

TV9 ASSAM

মানুহৰ ছালত কোনোধৰণৰ ফোঁহা ওলালে তাত জালুকৰ গুৰি লগালে ফোঁহাটো বহি যায়। 

উপকাৰ

নিউম’নিয়া, পানীলগা, কাঁহ, শ্বাস ৰোগ আদিৰ বাবেও জালুক যথেষ্ট উপকাৰী। 

উপকাৰ

ৰক্তচাপ ৰোগত ভুগা লোকক যথেষ্ট উপকাৰ কৰে জালুকে।

উপকাৰ

তুলসীৰ সৈতে জালুক দিয়া চাহ বনাই খালে জ্বৰ ভাল হয়।

উপকাৰ

যদি জ্বৰত ভোগে,তুলসী আৰু জালুক দি চাহ তৈয়াৰ কৰি খালে কিছু আৰাম পোৱা যায় ।

উপকাৰ

শৰীৰৰ ওজন কমাবলৈ অন্য উপায় অৱলম্বন কৰাৰ লগতে আহাৰত জালুকৰ পৰিমাণ বৃদ্ধি কৰক ।

উপকাৰ

জালুকৰ গুড়িৰ লগত নিমখ মিহলাই দিনত তিনিবাৰ খালে সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ হয়।

উপকাৰ

লগতে পঢ়ক

বেমাৰ কেতিয়াও নহয় কম, যদি ঘৰৰ এই স্থানৰ ৰাখে ঔষধৰ টোপোলা!