গুপ্তাংগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ ৷

26 DEC 2025

TV9 ASSAM

গুপ্তাংগত ক্ষতিকাৰক বেক্টেৰিয়া অতিমাত্ৰা বৃদ্ধি পাই সংক্ৰমণ কৰে।

সংক্ৰমণ

মহিলাৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়, এনে পৰিস্থিতিত বহু লোকৰ শৰীৰত খজুৱতি আৰু অন্যান্য সমস্যা হ’বলৈ আৰম্ভ কৰে।

মহিলা

 সাধাৰণতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত এনে হয়। ইয়াৰ উপৰিও দুৰ্গন্ধ আৰু তীব্ৰ খজুৱতি হ’ব পাৰে। 

সংক্ৰমণ

কিছুমান লোকে বিষো অনুভৱ কৰিবলৈ আৰম্ভ কৰে। গৰ্ভাৱস্থা আৰু মাহেকীয়াৰ সময়ত মহিলাৰ হৰম’নৰ পৰিৱৰ্তনো ইয়াৰ কাৰণ হ’ব পাৰে।

সংক্ৰমণ

গা ধুই লোৱাৰ পিছত গুপ্তাংগৰ চাৰিওফালে থকা অংশ ভালদৰে শুকুৱাই লওক।

সমস্যা দূৰ কৰক

সতেজ এলোভেৰাৰ পাত এটা বাছি লৈ দীঘলে কাটি লওক। পাতৰ পৰা জেল উলিয়াই এটা বাটিত সংগ্ৰহ কৰক। এই জেল গুপ্তাংগৰ বাহিৰৰ অংশত লাহে লাহে লগাব লাগে।

সমস্যা দূৰ কৰক

গুপ্তাংগ সদায় পৰিস্কাৰ কৰি ৰাখিব। ইয়াৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব নাপাহৰিব।

মনত ৰাখক

পঢ়িবলৈ ক্লিক কৰক 

২০২৫ বৰ্ষত Social Media ৰ জৰিয়তে জিলিকি উঠিল এইসকল ব্যক্তি