বৃক্কই আমাৰ শৰীৰত শোধনৰ কাম কৰে।

18 july 2025

TV9 ASSAM

 তেজ পৰিষ্কাৰ কৰি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আৰু অতিৰিক্ত পানী আঁতৰাই পেলায়।

তেজ পৰিস্কাৰ

যদি আপুনি বৃক্কৰ এই ৬ টা লক্ষণৰ সন্মুখীন হৈছে, তেন্তে ইয়াক সহজভাৱে নল’ব।

বৃক্কৰ সমস্যা

 ৰাতিপুৱা চকুৰ তলত বা ভৰিৰ গোৰোহাত ফুলা দেখা দিব পাৰে।

লক্ষণ

প্ৰস্ৰাৱৰ ৰং পৰিৱৰ্তন, ফেন উঠা, সঘনাই প্ৰস্ৰাৱ কৰা বা অতি কম প্ৰস্ৰাৱ কৰা লক্ষণ হ’ব পাৰে।

লক্ষণ

বৃক্ক বিকল হোৱাৰ বাবে শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি পায়।

বৃক্কৰ সমস্যা

কোনো কাম নকৰিলেও উশাহ-নিশাহৰ কষ্ট অনুবৱ কৰা।

লক্ষণ

 যেতিয়া ই সঠিকভাৱে কাম নকৰে তেতিয়া ছালখন শুকান হৈ খজুৱতি হয়।

লক্ষণ

চাবলৈ ক্লিক কৰক 

শিশুৰো থাইৰয়ড হ’ব পাৰে নেকি?