সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ।
21 OCT 2025
TV9 ASSAM
প্ৰতিবছৰৰ দৰে এইবাৰো ৰাস মহোৎসৱ শৰৎ কালৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হ’ব।
ৰাস
শ্ৰীকৃষ্ণৰ বন্দনাৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰিব ৰাজ্যৰ চৌদিশ ৷
ৰাস
উজনি অসমৰ তুলনাত নামনি অসমত ৰাস মহোৎসৱৰ ভিন্নতা দেখা পোৱা যায়।
ৰাস
উজনিৰ ৰাস অভিনয়কেন্দ্ৰিক আৰু নামনিৰ ৰাস মূৰ্তিকেন্দ্ৰিক।
ৰাস
নামনিত শ্ৰীকৃষ্ণৰ বিভিন্ন মৃণ্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই তুলি প্ৰদৰ্শন কৰা হয়।
ৰাস
উজনিত দিনজুৰি নাম-প্ৰসংগৰ উপৰি গায়ন-বায়ন, নাম-কীৰ্তন আদি চলি থাকে।
ৰাস
উজনিৰ ভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ কাহিনী বৰ্ণিত ভাওনা দেখা যায়।
ৰাস
লগতে পঢ়ক
RBI এ দিলে সুখবৰ, আপুনিও হ’ব ইয়াৰ জৰিয়তে উপকৃত!
Learn more