কল এবিধ অত্যন্ত পুষ্টিকৰ ফল।
08 Nov 2025
TV9 ASSAM
কলত বিভিন্ন পুষ্টিগুণ থাকে যিয়ে শৰীৰৰ বহু উপকাৰ কৰে।
উপকাৰ
কলত ভিটামিন বি৬, ভিটামিন চি, পটাছিয়াম, মেগনেছিয়াম, আৰু আঁহ (fibre) থাকে।
উপকাৰ
এই সকলো পুষ্টি উপাদানে শৰীৰক শক্তি যোগায় আৰু রোগপ্ৰতিকাৰ ক্ষমতা বৃদ্ধি কৰে।
উপকাৰ
কলৰ আঁহে পাচনত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা কমায়।
উপকাৰ
কলত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে আৰু হৃদৰোগৰ আশংকা হ্ৰাস কৰে।
উপকাৰ
কল খালে শৰীৰত serotonin নামৰ হ'ৰমনৰ উৎপাদন বৃদ্ধি পায়।
উপকাৰ
কলৰ ভিতৰৰ অংশ আৰু কলৰ বাকলি দুয়ো চুলি আৰু ছালৰ বাবে উপকাৰী।
উপকাৰ
লগতে পঢ়ক
ভয়ংকৰ ঘটনাৰ কথা ক’লে মৌনি ৰায়ে?
Learn more