সংকটমোচন হনুমানক বিভিন্নজনে পূজা কৰে।
14 May 2025
TV9 ASSAM
মঙলবাৰৰ দিনটোত উপবাসে থাকি ভগবানক পূজা কৰিব লাগে।
হনুমান
হনুমানৰ পূজা বিধি মতে কৰিলে সাধকে আকাংক্ষিত ফল লাভ কৰে।
হনুমান
হনুমানে কল, আপেল আৰু ডালিমৰ প্ৰতি অতি আকৰ্ষিত।
হনুমানক দিব
বিশেষকৈ ৰঙা ৰঙৰ ফল-মূল তেওঁ বহুত ভাল পায়।
প্ৰিয়
হনুমানক বেচন বা বুণ্ডিয়াৰ লাড়ু প্ৰসাদত আগবঢ়াৱ পাৰে।
হনুমানৰ প্ৰসাদ
হনুমানক গুড়, নাৰিকলো আগবঢ়োৱা হয়।
প্ৰসাদ
জিলাপী হনুমানৰ আটাইতকৈ প্ৰিয় ভোগ।
ভোগ
চাবলৈ ক্লিক কৰক
ঘৰে ঘৰে জন্মিছে ‘সেন্দুৰ’!
Learn more