শীতকালৰ পাচলিত বহুতো ভেষজ গুণ আছে।
02 NOV 2025
TV9 ASSAM
শীতকালত গাজৰ বিভিন্ন ধৰণেৰে খাব পাৰি বা ৰান্ধিও খাব পাৰি।
গাজৰ
চকুৰ স্বাস্থ্য ভালে ৰখাৰ বাবে গাজৰ হৈছে সৰ্বশ্ৰেষ্ঠ,চকুৰ দৃষ্টি শক্তি বঢ়ায়।
গাজৰ
গাজৰৰ ভিতৰত আছে ভিটামিন, এণ্টি-অক্সিডেণ্ট, যি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত উপকাৰী।
গাজৰ
নিয়মিত গাজৰ খালে ক’লেষ্টেৰ’ল কমায়, ফলত হৃদরোগৰ সম্ভাৱনা কমে।
হৃদৰোগৰ উপশম
শৰীৰত ক্ষতিকাৰক বীজাণু আৰু ভাইৰাছৰ বিৰুদ্ধে কাম কৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা
পটাছিয়াম, ফছফৰাছ আদি, যি হাড় গঠন, স্নায়ুতন্ত্ৰ শক্তিশালী কৰা আৰু মস্তিষ্কৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে।
উপকাৰ
গাজৰৰ ৰসে কলেষ্টেৰল আৰু ব্লাড ছুগাৰ নিয়ন্ত্ৰণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
উপকাৰ
লগতে পঢ়ক
সহজ হৈ পৰিছে PF পঞ্জীয়ন
Learn more