কিছুমান ৰোগত বৃক্কই সঠিকভাৱে কাম নকৰে।

19 Sept 2025

TV9 ASSAM

ওজন কমিলে নেফ্ৰটিক চিনড্ৰম নামৰ বৃক্কজনীত সমস্যা হ'ব পাৰে।

কাৰণ

প্ৰ’টিনৰ অভাৱত পেটত ফুলা আৰু বিষ, চকুৰ সমস্যা আৰু কলেষ্টেৰল বৃদ্ধি হ’ব পাৰে।

লক্ষণ

নেফ্ৰটিক চিণ্ড্ৰমে বৃক্কৰ লগতে  চকু আৰু ছালত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে।

লক্ষণ

দুৰ্বলতা, ক্লান্তি, কলেষ্টেৰল বৃদ্ধি এই ৰোগৰ লক্ষণ।

লক্ষণ

হঠাতে ওজন বৃদ্ধি, ছালৰ ঘা আৰু ফোঁহা আৰু ভোক কমি যোৱা আদি লক্ষণ।

লক্ষণ

নেফ্ৰটিক চিণ্ড্ৰমৰ ফলত জটিলতা হ'ব পাৰে। বৃক্কৰ ক্ষতি, ৰক্ত জমা আদি ৰোগ।

সমস্যা

সেয়ে খাদ্য সদাই সঠিক খাবলৈ চেষ্টা কৰিব। এটা ভুলেই আপোনাৰ বিপদ মাতিব পাৰে।

বিপদ

লগতে পঢ়ক

সোণ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি?