প্ৰতিদিনে পুৱা কুহুমীয়া পানী খালে কি হয়

26 june 2025

TV9 ASSAM

প্ৰতিদিনে পুৱা খালী পেটত কুহুমীয়া পানী খোৱা স্বাস্থ্যৰ বাবে ভাল বুলি কোৱা হয়। পুৱা কুহুমীয়া পানী খালে চৰ্বি কম কৰাত সহায় কৰাৰ লগতে পাচন ক্ৰিয়াও ভাল হয়।

কুহুমীয়া পানী

ডায়টেশ্যিয়ান পৰমজিত কৌৰে কয় যে নিশা শৰীৰত টক্সিক জমা হয়, কুহুমীয়া পানীয়ে এয়া বাহিৰ কৰাত সহায় কৰে।  ই পেটত থকা গেছ, এচিডিটি, কৌষ্ঠকাঠিন্য আদি সমস্যা দূৰ কৰাত সহায় কৰে।

পাচন তন্ত্ৰ

কুহুমীয়া পানীয়ে শৰীৰৰ মেটবলজিম দ্ৰুত কৰে। যাৰ ফলত কেলৰি বাৰ্ণ কৰা প্ৰক্ৰিয়া দ্ৰুত হয়। যদি কুহুমীয়া পানীৰ সৈতে নেমু , মৌ ৰস মিহলি কৰি খায়, তেন্তে ই অধিক ফলপ্ৰসূ।

ওজন কম

পুৱা কুহুমীয়া পানী খোৱাৰ ফলত শৰীৰত তেজৰ চলাচল ভাল হয়। ইয়াৰ ফলত অক্সিজেন আৰু পুষ্টিকৰ উপাদান শৰীৰৰ প্ৰতিটো অংশলৈ ভালদৰে যোৱাত সহায় কৰে। ই উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণ কৰে।

তেজৰ চলাচল

কুহুমীয়া পানীয়ে পেশীবোৰত আৰাম দিয়ে। যাৰ ফলত মাইগ্ৰেইন , মূৰৰ বিষৰ সমস্যা নোহোৱা হয়।  ই পেশীক আৰাম প্ৰদান কৰাৰ বাবে মানুহৰ মানসিক চাপ কম হয়।

মানসিক স্বাস্থ্য 

কুহুমীয়া পানীয়ে ইমিউন চিষ্টেম মজবুত কৰে । যাৰ ফলত ভাইৰেল ইনফেকশ্যন, চৰ্দি-কাহ বা অন্য ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰাত সহায় কৰে।

ইমিউন চিষ্টেম

কুহুমীয়া পানীয়ে শৰীৰৰ ফুলা কম কৰে। লগতে গাঁঠিত লুব্ৰিকেশ্যন ভালদৰে ৰখাত সহায় কৰে। ইয়াৰ ফলত গাঁঠিৰ বিষ কম হোৱাত সহায় হয়। গতিকে প্ৰতিদিনে পুৱা কুহুমীয়া পানী খাব লাগে।

বিষ

পঢ়িবলৈ ক্লিক কৰক 

চাণক্য নীতি