আজিৰ সময়ত ফেচবুক উপাৰ্জনৰ এটা উৎস।

20  july 2025

TV9 ASSAM

আজিৰ সময়ত ই কেৱল ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নহয়।

মাধ্যম

ফেচবুকত পোষ্ট কৰা ভিডিঅ’, ৰিল, লাইভ, পোষ্ট ইত্যাদিৰ বাবে ফেচবুকে ধন দিয়ে। 

ধন

টকা উপাৰ্জন কৰিবলৈ ফেচবুকৰ কিছুমান চৰ্ত আৰু নিয়ম পালন কৰিব লাগিব।

নিয়ম

আপোনাৰ পেজত ১০,০০০ followers থাকিব লাগিব। 

ফেচবুকত

কমেও ৫ টা সক্ৰিয় ভিডিঅ’ আপলোড কৰিব লাগে। 

নিয়ম

 যোৱা ৩০ দিনত এই ভিডিঅ’বোৰ পেজত সক্ৰিয় হ’ব লাগিব। 

নিয়ম

কমেও ৬০,০০০ মিনিট চোৱাৰ সময় ভিডিঅ’ত হ’ব লাগে। 

নিয়ম

চাওক এই লিংকত

জীৱন সংগী বাছনি কৰাৰ ক্ষেত্ৰত কি কি কথা মনত ৰাখিব লাগে?