সুস্থ হৃদযন্ত্ৰৰ বাবে নিৰামিষ নে আমিষ খাদ্য উপকাৰী?

18 Jan 2026

TV9 ASSAM

আমাৰ হৃদযন্ত্ৰৰ বাবে আমিষ নে নিৰামিষ খাদ্য অধিক উপকাৰী? এই সন্দৰ্ভত এক গৱেষণাত দেখা গৈছে বিশেষ তথ্য।

কোনবিধ খাদ্য ভাল

ইংলেণ্ড আৰু স্কটলেণ্ডত কৰা এই গৱেষণা মতে, আমিষভোজীতকৈ নিৰামিষভোজী লোকৰ হৃদৰোগত মৃত্যুৰ সম্ভাৱনা প্ৰায় ৩২ শতাংশ কম।

কম বিপদ

শাক-পাচলিত থকা ফাইবাৰ আৰু খনিজ পদাৰ্থই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে।

নিৰামিষৰ গুণাগুণ

নিৰামিষ আহাৰত অনিষ্টকাৰী চৰ্বি কম থাকে, যি ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। এইদৰে হৃদযন্ত্ৰও সুৰক্ষিত হৈ থাকে।

চেচুৰেটেড ফেট

অধিক ভাগৰুৱা অনুভৱ, উশাহত কষ্ট, বুকুৰ বিষ, সঘনাই বমি ভাৱ, হঠাতে হৃদস্পন্দন বৃদ্ধি পোৱাটো হৃদৰোগৰ সতৰ্কবাণী হ’ব পাৰে।

হৃদৰোগৰ লক্ষণ

হৃদৰোগৰ পৰা ৰক্ষা পৰিবলৈ দৈনিক ব্যায়াম কৰক, মানসিক চাপমুক্ত হৈ থাকক আৰু মাজে মাজে লিপিড প্ৰফাইল পৰীক্ষা কৰাওক।

সুৰক্ষাৰ উপায়

পঢ়িবলৈ ক্লিক কৰক 

শীতকালত এইসকলে কল খালে হ’ব পাৰে সমস্যা