হালধিৰ গুণৰ কোনো অন্ত নাই।

10 OCT 2025

TV9 ASSAM

প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ আৰু এণ্টি-অক্সিডেণ্টসমৃদ্ধ শৰীৰৰ বাবে অতি উপকাৰী।

গুণ

শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে। গাঁঠিৰ বিষ আৰু আৰ্থ্ৰাইটিছত উপশম দিয়ে।

উপকাৰ

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে হালধীয়ে, শৰীৰৰ কোষসমূহক ৰক্ষা কৰে।

উপকাৰ

মস্তিষ্কৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী হালধী।

উপকাৰ

নিউৰ’ডিজেনেৰেটিভ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে হালধীয়ে।

উপকাৰ

মানসিক সুস্থতা বজাই ৰখাৰ ক্ষেত্ৰতো যথেষ্ট উপকাৰী হালধি।

উপকাৰ

কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে,হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে হালধিয়ে।

উপকাৰ

লগতে পঢ়ক

মাৰিয়া ক’ৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা