ছালৰ স্বাস্থ্যৰ বাবেও হালধি এতি উপকাৰী।
19 September 2024
TV9 Assam
হালধি সাধাৰণ মছলা হ’লেও ইয়াৰ ঔষধি গুণৰ বাবে ই অতি উপযোগী।
গুণ
খাদ্যৰ ৰং উন্নত কৰাই নহয়, স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰাও সকাহ দিয়ে।
উপকাৰিতা
কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম ভিটামিন চি, ভিটামিন B6 যৌগ পাব।
যৌগ
হালধিত থকা এন্টি-অক্সিডেণ্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
ৰোগ
যদি ঘাঁ লাগে তেন্তে তাৎক্ষণিক চিকিৎসাৰ বাবে হালধি অতি উপযোগী।
ঘাঁ
হালধি দাঁতৰ সমস্যাৰ পৰা সকাহ দিব।
দাঁত
গতিকে স্বাস্থ্যৰ বাবে হালধি অতি উপযোগী বুলি গণ্য কৰা হয়।
উপযোগী
সাহসী হিনা
চাবলৈ ক্লিক কৰক
Learn more