শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে কেনেধৰণৰ খাদ্য খুৱাব?

11 July 2025

TV9 ASSAM

Photos Credit: Getty Images

প্ৰায়ে দেখা যায় যে, শিশুসকলে বাৰে বাৰে চৰ্দি, পেটৰ বিষ বা জ্বৰত আক্ৰান্ত হয়। ইয়াৰ মূল কাৰণ হ’ল ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল।

ৰোগৰ সংক্ৰমণ

গতিকে শিশুৰ খাদ্যৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে কি কি খাদ্য খুৱাব?

শিশুৰ খাদ্য

শিশুক গাখীৰত হালধি মিহলাই খুৱাব লাগে । ফলত শিশুৰ টোপনি ভাল হয় আৰু বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজিবলৈ শৰীৰক শক্তি প্ৰদান কৰে।

গাখীৰ

এই শুকান ফলবোৰত ভিটামিন ই, স্বাস্থ্যকৰ চৰ্বি আৰু জিংক থাকে, যিবোৰ শিশুৰ মগজু আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুয়োটাৰে বাবে অপৰিহাৰ্য। 

আলমণ্ড

বিশেষকৈ কমলা, পকা অমিতা, মধুৰি আদি ফল-মূলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। এই ফলবোৰ খুৱাব পাৰে।

ঋতুভিত্তিক ফল

পালেং শাক, গাজৰ, মিঠা আলু আৰু বিলাহী আদি শাক-পাচলিত ভিটামিন এ, আইৰণ আৰু আঁহ থাকে। এই খাদ্যই শিশুৰ আভ্যন্তৰীণ শৰীৰ পৰিষ্কাৰ কৰাৰ লগতে শক্তিও প্ৰদান কৰে।

শাক-পাচলি

কণীত প্ৰটিন আৰু ভিটামিন বি ১২ৰ উত্তম উৎস। দালিত প্ৰটিন আৰু আইৰণো থাকে। ই শিশুৰ বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে প্ৰয়োজনীয়।

কণী আৰু দালি

পঢ়িবলৈ ক্লিক কৰক

চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব বিচাৰিলে এই ভুল নকৰিব