শৰীৰৰ শক্তি বৃদ্ধিৰ বাবে খাওক এইসমূহ খাদ্য

4 July 2025

TV9 ASSAM

Photos Credit: Getty Images

সুস্বাস্থ্যৰ বাবে কাৰ্বহাইড্ৰেটযুক্ত খাদ্য তালিকাত ৰখাটো অতি প্ৰয়োজন। শৰীৰটোক কাৰ্যক্ষম কৰি ৰাখিবলৈ কাৰ্বহাইড্ৰেটযুক্ত খাদ্য অতি প্ৰয়োজন।

তালিকাত ৰাখক

শৰীৰক পুষ্টি প্ৰদানৰ বাবে উচ্চ-কাৰ্বহাইড্ৰেটযুক্ত খাদ্য খাব লাগে। জানোঁ আহক শৰীৰৰ শক্তি বৃদ্ধিৰ বাবে কোনবোৰ খাদ্য খাব।

কোনবোৰ খাদ্য খাব ?

উচ্চ-কাৰ্বহাইড্ৰেট যুক্ত এবিধ খাদ্য হৈছে ব্ৰাউন ৰাইচ। ফাইবাৰৰে সমৃদ্ধ এই খাদ্যই শৰীৰক শক্তি প্ৰদান কৰে।

ব্ৰাউন ৰাইচ

কাৰ্বহাইড্ৰেটযুক্ত খাদ্য হৈছে অ’টচ। ই শৰীৰক পৰ্যাপ্ত পৰিমাণে ফাইবাৰো যোগান ধৰে। চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ অ’টচ খাব পাৰে।

অ’টচ

শৰীৰক পৰ্যাপ্ত পৰিমাণে পুষ্টি প্ৰদান কৰিবলৈ কল খাব পাৰে। ইয়াত পটাছিয়ামৰ লগতে প্ৰাকৃতিক চেনি থাকে।

কল খাব পাৰে

বিট হৈছে উচ্চ কাৰ্বহাইড্ৰেটযুক্ত খাদ্য। ইয়াৰ উপৰিও ভিটামিন আৰু খনিজ পদাৰ্থৰ লগতে শক্তিশালী এন্টিঅক্সিডেন্ট থাকে।

বিট

মিঠা আলু এবিধ সুস্বাদু, পুষ্টিকৰ খাদ্য। মিঠা আলু ভিটামিন এ, ভিটামিন চি, পটাছিয়ামৰ উৎস বুলি কোৱা হয়।

মিঠা আলু

পঢ়িবলৈ ক্লিক কৰক

বৃক্ক বিকল হ’লে চকুত কি কি লক্ষণ দেখা দিয়ে?