ভাৰতৰ কোনখন ৰাজ্যত অপৰাধৰ হাৰ সৰ্বাধিক?

20  May 2025

TV9 ASSAM

ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ অপৰাধ সংঘটিত হয়। দেশৰ কোনখন ৰাজ্যত অপৰাধৰ হাৰ সৰ্বাধিক হৈছে জানেনে? নামটো শুনি বহুতে হয়তো আচৰিত হ’ব।

অপৰাধ

অপৰাধৰ ক্ষেত্ৰত ভাৰতৰ কোনখন ৰাজ্যই প্ৰথম স্থান লাভ কৰিছে? নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (NCRB)ৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ ভিতৰতে উত্তৰ প্ৰদেশত অপৰাধৰ হাৰ সৰ্বাধিক।

প্ৰথম কোন

অপহৰণৰ ক্ষেত্ৰত সকলোতকৈ আগত আছে উত্তৰ প্ৰদেশ। চুৰি আৰু ডকাইতিৰ ক্ষেত্ৰত আগবাঢ়ি আছে দিল্লী। ৰাজস্থানত সৰ্বাধিক ধৰ্ষণৰ ঘটনা সংঘটিত হয়।

অপহৰণ

NCRBৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ ভিতৰতে ঝাৰখণ্ডত হত্যাৰ হাৰ সৰ্বাধিক। বেংগালুৰুত চাইবাৰ ক্ৰাইমৰ হাৰ সৰ্বাধিক।

হত্যা

NCRBৰ প্ৰতিবেদন অনুসৰি উত্তৰ প্ৰদেশত জনমূৰি অপৰাধৰ হাৰ ৭.৪। দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশ। অপৰাধৰ হাৰ- ৫.৮

দ্বিতীয়

উত্তৰ প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ পিছতে এই তালিকাত পৰৱৰ্তী স্থানত আছে ঝাৰখণ্ড, য'ত অপৰাধৰ হাৰ ৫.৩। এনচিআৰবিৰ প্ৰতিবেদন অনুসৰি অপৰাধৰ ক্ষেত্ৰত মেঘালয়ৰ স্থান চতুৰ্থ। ইয়াত অপৰাধৰ হাৰ ৫.১ ৫.১

অপৰাধৰ হাৰ

ৰাজধানী দিল্লীত অপৰাধৰ হাৰ প্ৰতিজন ব্যক্তিৰ বিপৰীতে ৫.০, আনহাতে অসম আৰু ছত্তীশগড়ৰ অপৰাধৰ হাৰ ক্ৰমে জনমূৰি ৪.৪ আৰু জনমূৰি ৪.০।

অসম

হাৰিয়ানা আৰু ওড়িশাৰ অপৰাধৰ হাৰ একে। এই দুখন ৰাজ্যৰ অপৰাধৰ হাৰ জনমূৰি ৩.৮ আৰু অন্ধ্ৰপ্ৰদেশত অপৰাধৰ হাৰ তুলনামূলকভাৱে কম। ইয়াত অপৰাধৰ হাৰ ৩.৬।

কম

চাবলৈ ক্লিক কৰক 

বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্ম