কাইলৈ শাৰদীয় দুৰ্গোৎসৱৰ মহানৱমী।

30 September 2025

TV9 ASSAM

এই দিনটোত দেৱী সিদ্ধিদাত্ৰীৰ পূজা কৰিলে সিদ্ধি প্ৰাপ্ত কৰিব পৰা যায়।

নিয়ম

মহানৱমীৰ সৈতে নৱৰাত্ৰিৰ সমাপ্ত ঘটে।

শেষ

সিদ্ধিদাত্ৰীক দেৱী দুৰ্গাৰ নৱম ৰূপ বুলি বিশ্বাস কৰা হয়।

বিশ্বাস

এই দিনটোত কন্যা পূজাও কৰাৰ নিয়ম আছে। 

নিয়ম

এই দিনটোত বেঙুনীয়া ৰং পিন্ধাটো শুভ বুলি বিশ্বাস কৰা হয়।

বিশ্বাস

ওম সিদ্ধিদাত্ৰাই নমঃ- এই মন্ত্ৰটো উপাসনাৰ সময়ত আৰু কন্যা পূজনত উচ্চাৰণ কৰক।

মন্ত্ৰ

বৰাহাৰুপিনী শিৱে নাৰায়ণী নমস্তুতে . সন্তান পোৱাৰ আকাংক্ষা পূৰণ কৰিবলৈ এই মন্ত্ৰটো।

মন্ত্ৰ

লগতে পঢ়ক

ভাৰতত কেতিয়া আৰম্ভ হ’ব ষ্টাৰলিংক ইণ্টাৰনেট?