ৰে'লৰ ভিতৰত থাকিব বাথটাব, চিনেমা ৰুম!

16 JUNE 2025

TV9 ASSAM

ধূসৰ মৰুভূমিৰ মাজেৰে চলিব এখন বিশেষ ৰে'ল। যাৰ ভিতৰৰ থাকিব সকলো বিলাসী ব্যৱস্থা। সা-সজ্জা দেখিলে চকু কপালত উঠিব আপোনাৰ।

বিশেষ ৰে'ল

২০২৬ চনৰ পৰা আৰম্ভ হ’ব এই ৰে’লখন।  এই ৰে’লৰ কোঠাবোৰত  থাকিব চোফাৰ পৰা আৰম্ভ কৰি আৰামদায়ক বিচনা, ডাইনিং আদি।

কেতিয়া আৰম্ভ হ’ব

ড্ৰিম অৱ দ্য ডেজাৰ্ট নামৰ এটা কোম্পানীয়ে এই ৰে'ল চলাব। কোম্পানীটোৰ বিষয়াসকলে কয় যে যাত্ৰীসকলে এক অনন্য ভ্ৰমণ অভিজ্ঞতা লাভ কৰিব।

কোনে চলাব

এই ৰে'লখন বালি আৰু সোণৰ ৰঙেৰে সজাই তোলা হৈছে। দেৱালত বিভিন্ন ধৰণৰ ফটো থাকিব।

 সোণৰ ৰং

চৌদি আৰৱত এই ৰেল প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। সেই দেশৰ এইখনেই হ’ব প্ৰথমখন বিলাসী ৰে’ল।

ক'ত হ'ব

প্ৰতিটো ছুইটত থাকিব ব্যক্তিগত বাথৰুম। কিছুমান বাথৰুমত  থাকিব বাথটাবও।

বাথৰুম

ৰে’লখনত চিনেমা ৰুমও থাকিব। ৰে’লৰ পাকঘৰত থকা চেফসকলে যাত্ৰীৰ পছন্দৰ খাদ্য প্ৰস্তুত কৰিব।

চিনেমা ৰুম

চাবলৈ ক্লিক কৰক 

পাৰ্চৰ ভিতৰত চাবি ৰখাটো ভুল নে শুদ্ধ?