প্ৰেমানন্দ মহাৰাজ এজন আধ্যাত্মিক গুৰু।
8 June 2025
TV9 ASSAM
প্ৰেমানন্দ মহাৰাজৰ বচন আৰু শিক্ষাই মানৱ জীৱনত ধণাত্মক প্ৰভাৱ পেলায়।
প্ৰেমানন্দ মহাৰাজ
পিতৃ-মাতৃক সেৱা কৰিলে পূণ্য লাভ হয়। যি তীৰ্থ যাত্ৰা কৰিলে পোৱা যায়।
পিতৃ-মাতৃৰ সেৱা
সাধাৰণ জীৱন আৰু উচ্চ চিন্তা ধাৰণাই মানুহক মহান কৰে।
সাধাৰণ জীৱন আৰু উচ্চ চিন্তা
সৎসগৰ পৰা জীৱনত আধ্যাত্মিকৰ লগতে ধনাত্মক পৰিৱৰ্তন আহে।
সৎসগৰ পৰা জীৱন
ক্ৰোধ আমাৰ ডাঙৰ শত্ৰ। ইয়াক নিয়ন্ত্ৰণ কৰিলে জীৱনত সুখ-শান্তি সম্ভৱ।
ক্ৰোধ নিয়ন্ত্ৰণ
আমি যেতিয়া আনৰ নিস্বাৰ্থভাৱে সেৱা কৰো, তেতিয়া ভগৱানেও আমাক সহয় কৰে।
নিস্বাৰ্থ
সুখ-দুখ জীৱনৰ অংশ। আমি সকলো পৰিস্থিতিতে শান্ত হৈ থাকিব লাগে।
পৰিস্থিতিৰ সৈতে
চাবলৈ ক্লিক কৰক
পুনৰ অশান্ত মণিপুৰ
Learn more