বাস্তু শাস্ত্ৰ প্ৰাচীন ভাৰতীয় স্থাপত্যৰ এক গুৰুত্বপূৰ্ণ অংগ।

15  OCT 2025

TV9 ASSAM

ঘৰত ৰখা বস্তুবোৰ যদি বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি সঠিক দিশত ৰখা হয়।

বাস্তু শাস্ত্ৰ

সুখ, শান্তি, সমৃদ্ধি আৰু স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

মনত ৰাখক

ঘৰৰ মূল দুৱাৰখন সদায় উত্তৰ, পূব বা উত্তৰ-পূব দিশত ৰাখক।

ধনাত্মক শক্তি

ঘৰৰ পাকঘৰ সদায় দক্ষিণ-পূব দিশত হ’ব লাগে। ৰান্ধি থাকোঁতে মুখখন পূব দিশলৈ হ’ব লাগে।

পাকঘৰ

শোৱা কোঠাটো সদায় দক্ষিণ-পশ্চিম দিশত ৰাখিব লাগে 

শোৌৱা কোঠা

মন্দিৰ বা পূজাস্থলী উত্তৰ-পূব দিশত আৰু পূজা কৰাৰ সময়ত মুখখন পূব বা উত্তৰ দিশত।

মনত ৰাখক

ঘৰৰ ড্ৰয়িং ৰুম সদায় উত্তৰ বা উত্তৰ-পূব দিশত থকা কোঠা এটাত থাকিব লাগে।

মনত ৰাখক

লগতে পঢ়ক

মাহেকীয়াত পেটৰ বিষৰ পৰা কেনেকৈ মুক্তি পাব?