23 Jan 2026
TV9 ASSAM
যদি আপুনি আপোনাৰ ধন সুৰক্ষিত কৰি ৰাখি ভাল লাভালাভ আশা কৰে, তেন্তে ডাকঘৰৰ 'টাইম ডিপোজিত' আঁচনি আপোনাৰ বাবে এক উত্তম বিকল্প।
ডাকঘৰৰ টাইম ডিপোজিত আঁচনিত আপুনি মাত্ৰ এবাৰহে বিনিয়োগ কৰিব লাগিব, আৰু তাৰ পিছত বছৰি সুত জমা হ’ব।
৫ বছৰৰ বাবে বাৰ্ষিক সুতৰ হাৰ ৭.৫% প্ৰদান কৰে, যিটো আজিকালি চৰকাৰী আঁচনিৰ বাবে অতি ভাল ৰিটাৰ্ণ।
সুকন্যা সমৃদ্ধি যোজনা কি? সুকন্যা সমৃদ্ধি যোজনা (SSY) হৈছে কন্যাসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এক ক্ষুদ্ৰ সঞ্চয় আঁচনি, যাক বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে।
মহিলাৰ আৰ্থিকভাৱে আত্মনিৰ্ভৰ কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে ২০২৩ বৰ্ষত মহিলা সন্মান চেভিং চাৰ্টিফিকেট (MSSC) মুকলি কৰিছিল। ইয়াৰ পৰা মহিলাসকলে বেছি সূদ লাভ কৰিব। এই স্কীমত দুবছৰ ধন জমা ৰাখিব লাগে।
যিকোনো বয়সৰ মহিলাই ইয়াত ধন জমা ৰাখিব পাৰিব। নাবালিকাৰ ক্ষেত্ৰত তেওঁলোকৰ অভিভাৱকে এই একাউণ্টত খুলিব পাৰিব।
বহু বৃহৎ বেংকৰ এফ ডিতকৈ উন্নত ৰিটাৰ্ণ প্ৰদান কৰে। চৰকাৰে প্ৰতি ত্ৰিমাসিকত এই আঁচনিসমূহৰ সুতৰ হাৰ সংশোধন কৰে। বহু ডাকঘৰৰ আঁচনিত ৭% বা তাতকৈ অধিক সুতৰ হাৰ দিয়া হয়।
পঢ়িবলৈ ক্লিক কৰক