ঘৰত সপ্তাহত এবাৰকৈ কৰ্পূৰৰ জ্বলোৱাটো অতি শুভ।
10 May 2025
TV9 ASSAM
ঘৰত এজোপা তুলসী ৰোপন কৰক আৰু প্ৰতিদিনে পানী দিয়ক।
শুভ
বাস্তু শাস্ত্ৰৰ সকলো নিয়ম মানি চলিলে ঘৰৰ সকলো দোষ দূষ হয়।
শুভ
ঘৰৰ শুকান আৰু মৰি যোৱা ফুল একেবাৰে নাৰাখিব।
মানি প্লেন্ট
বাস্তু শাস্ত্ৰৰ মতে ড্ৰয়িং ৰুমত সাধু আৰু মহাত্মাসকলৰ এখন ছবি ৰাখক।
শুভ
ঘৰত বগা ৰং ব্যৱহাৰ কৰক। এই ৰঙে শান্তি আনে ঘৰলৈ।
শুভ
ঘৰৰ যিখন মুখ্যদ্বাৰ সেইখন বেছি চাফাকৈ ৰখাটো প্ৰয়োজন ৷
টকা আহে
ধৰ্মীয় কিতাপ কেতিয়াও শুৱা ঠাইত নিব নালাগে ৷
অশুভ
চাবলৈ ক্লিক কৰক
খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাব নেকি?
Learn more