বিবাহৰ লগত সকলোৰে বহু সপোন জড়িত হৈ থাকে।

16 Nov 2025

TV9 ASSAM

বিবাহৰ পূৰ্বে আপোনাৰ সংগীক এইকেইটা প্ৰশ্ন সোধাটো অত্যন্ত জৰুৰী। 

উপায়

আপোনাৰ সংগীৰ পছন্দ-অপছন্দৰ বিষয়ে জানি নিজৰ বিষয়ে কোৱাটো গুৰুত্বপূৰ্ণ।

উপায়

কেতিয়াবা কিছুমান বিশেষ কথা আৰু অভ্যাস থাকে যিয়ে সম্পৰ্কত ফাঁট মেলি দিয়ে।

উপায়

বিয়াৰ আগতে ইজনে সিজনৰ কেৰিয়াৰ প্লেনৰ বিষয়ে কথা পাতিব পাৰে।

উপায়

 ইজনে সিজনৰ লগত কেৰিয়াৰ সম্পৰ্কীয় কথাবোৰ শ্বেয়াৰ কৰিব পাৰে।

উপায়

সন্তানৰ পূৰ্বে কিছুমানে বিবাহিত জীৱনৰ প্ৰথম কেইবছৰমান উপভোগ কৰিবলৈ বিচাৰে।

উপায়

সংগীৰ পছন্দ-অপছন্দৰ লগতে আৰ্থিক অৱস্থাৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয়। 

উপায়

লগতে পঢ়ক

সন্তান জন্ম হোৱাৰ পিছত মুকলিকৈ ক’লে বিকি কৌশলে