এই ৫টা অভ্যাসে মানুহক কৰে অকালতে বৃদ্ধ!

4  Sept 2025

TV9 ASSAM

আজিকালি ব্যস্তাতাপূৰ্ণ সময়ৰ বাবে মানুহৰ জীৱনশৈলী সলনি হৈছে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ মানুহৰ শৰীৰত পৰে। ইয়াৰ ফলত বিভিন্ন ৰোগ হয়।

জীৱনশৈলী

কিন্তু ৫ টা এনে অভ্যাস আছে যিয়ে মানুহক অকালতে বৃদ্ধ কৰে। যদি আপোনাৰো এনে অভ্যাস আছে সেইবোৰ দূৰ কৰাৰ চেষ্টা কৰক।

অভ্যাস

যিসকলে ব্যায়াম নকৰে সেইসকল সোনকালে বৃদ্ধ হয়। প্ৰতিদিনে ব্যায়াম কৰিব লাগে। অন্তত ১৫-২০ মিনিট খোজ কঢ়া আৱশ্যক।

ব্যায়াম নকৰে

যিসকল মানুহে প্ৰয়োজনতকৈ বেছি চিন্তা কৰে সেইসকল অকালতে বৃদ্ধ হৈ পৰে। মানসিক অৱস্থাত উন্নত কৰিবৰ বাবে যোগাসন কৰিব পাৰে।

বেছি চিন্তা

যিসকল মানুহৰ খং বেছি সেইসকল অকালতে বৃদ্ধ হয়। সৰু সৰু কথাত খঙে মানুহৰ স্বাস্থ্যক প্ৰভাৱিত কৰে। ইয়াৰ বাবে অশ্বগন্ধা খাব পাৰে।

খং

যিসকল মানুহে বাহিৰৰ খাদ্য বেছিকৈ খাই আৰু পানী কমকৈ খায় সেইসকল অকালতে বৃদ্ধ হৈ পৰে। প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।

বাহিৰৰ খাদ্য,পানী

যিয়ে নিশা ১২ বজাৰ পাছত শোৱে তাৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পৰে। সুস্থ শৰীৰৰ বাবে পৰ্যাপ্ত টোপনি প্ৰয়োজন। প্ৰতিদিনে ৮-৯ ঘন্টা শুব লাগে।

নিশা ১২ বজা

পঢ়িবলৈ ক্লিক কৰক

ছেপ্টেম্বৰত লক্ষ্মী-নাৰায়ণ যোগ!