5 NOV 2025
TV9 ASSAM
Image- Pinterest, Canva, Getty
আমি সাৰ পোৱাৰ পিছত কি কৰিছো তাৰ ওপৰত বহু পৰিমাণে দিনটো নিৰ্ভৰ কৰে।
কেৱল কামেই নহয় ৰাতিপুৱা সাৰ পোৱাৰ পিছত কিছুমান কাম দেখিলে মন আৰু দিনটো বেয়া হৈ যাব। ইয়াৰ ফলত দুৰ্ভাগ্য হয়।
জ্যোতিষ শাস্ত্ৰৰ মতে ৰাতিপুৱা সাৰ পোৱাৰ পিছত কেইবাটাও বস্তু দেখাটো অশুভ বুলি গণ্য কৰা হয়।
কম বেছি পৰিমাণে বহুতে শুই উঠি নিজকে আইনাত চায়। শাস্ত্ৰত কোৱা হৈছে যে এই অভ্যাস অতি বেয়া আৰু ফলত দুৰ্ভাগ্যৰ সৃষ্টি হয়।
কোনেও নিজৰ ঘৰত ভঙা মূৰ্তি নাৰাখিব। শাস্ত্ৰই এই কথা কৈছে। কাৰণ ৰাতিপুৱা টোপনিৰ পৰা উঠি ভঙা মূৰ্তি দেখাটো কেতিয়াও ভাল নহয়।
সাৰ পোৱাৰ পিছত আন কাৰোবাৰ ছাঁ দেখাটো বৰ অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত দুৰ্ভাগ্যৰ সৃষ্টি হয়
বহুতে ৰাতি খোৱা বাচন-বৰ্তন ৰাতিপুৱা ধুবলৈ ৰাখে। ফলত দেৱী লক্ষ্মীৰ খং উঠে। ৰাতিপুৱা উঠি লেতেৰা বাচন দেখিলে জীৱনত আৰ্থিক অসুবিধাৰ সন্মুখীন হ’ব লাগিব।
চাবলৈ ক্লিক কৰক