পোকে খাইছে নেকি আপোনাৰ দাঁত?

3 Dec 2026

TV9 ASSAM

পোকে খোৱা, দাঁত পৰিষ্কাৰকৈ নৰখা, বেক্টেৰিয়াৰ সংক্ৰমণ, কেলচিয়ামৰ অভাৱৰ ফলতো হ'ব পাৰে দাঁতৰ বিষৰ সমস্যা।

দাঁতৰ সমস্যা

দাঁতত পোকে খোৱাৰ সমস্যা সকলোৰে হয়। দাঁতৰ মাজত সৃষ্টি হোৱা গাঁতবোৰ ক্ৰমান্বয়ে বাঢ়ি যায়।

সমস্যা

মুখৰ বেক্টেৰিয়াই চেনি আৰু পৰিশোধিত কাৰ্বহাইড্ৰেটৰ সৈতে এচিড উৎপন্ন কৰে, যিয়ে দাঁতৰ কঠিন বাহিৰৰ স্তৰটোও ক্ষতি কৰিব পাৰে, যাক ইনামেল বুলি জনা যায়।

সমস্যা

শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে এই সমস্যাৰ সৈতে যুঁজি আছে। দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, মুখত বেক্টেৰিয়াৰ সংক্ৰমণ, অত্যধিক মিঠা খাদ্য খোৱা বা স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যা।

বিষ

বেছিভাগ ক্ষেত্ৰতে যেতিয়া আমাৰ দাঁতৰ বিষ হ’বলৈ আৰম্ভ কৰে তেতিয়া আমি দন্ত চিকিৎসকৰ ওচৰলৈ লৰালৰিকৈ যাওঁ। ফলত আমাৰ বহুত ধন খৰচ হয়।

সমস্যা

অৱশ্যে কিছুমান ঘৰুৱা উপায় আছে যিবোৰ বিষ কমোৱাত অতি ফলপ্ৰসূ। সেইবোৰ কি কি জানো আহক।

সমস্যা

হালধি দাঁতৰ বিষ দূৰ কৰাত উত্তম। ইয়াৰোপৰি লং, আদা আদি ব্যৱহাৰ কৰি সমস্যা দূৰ কৰিব পাৰে।

সমস্যা

পঢ়িবলৈ ক্লিক কৰক 

ৰে’লৱেত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক