সুখৰ কাৰণ আনৰ পৰা কিয় লুকাই ৰাখিব লাগে, কিন্তু কিয় জানেনে?
2 july 2025
TV9 ASSAM
প্ৰেমানন্দ মহাৰাজৰ সৎসংগৰ ভিডিঅ' প্ৰায়ে ভাইৰেল হৈ থাকে।
বচন
এইবাৰ আকৌ এটা ভিডিঅ' ভাইৰেল হৈছে, য'ত সুখৰ কথা বুজাইছে।
প্ৰেমানন্দ মহাৰাজ
আপোনাৰ সুখৰ কথা আনে গ'ম পালে ঈৰ্ষা কৰিব আৰু ঋণাত্মক ভাব প্ৰকাশ কৰিব।
প্ৰেমানন্দ মহাৰাজৰ মতে,
গতিকে আনৰ ঋণাত্মক শক্তিয়ে আপোনাৰ সুখ নাইকীয়া কৰি দিব পাৰে।
প্ৰেমানন্দ মহাৰাজ
যেতিয়ালৈ আনে নাযানে, তেতিয়ালৈ আনৰ ঋণাত্মক শক্তিয়ে প্ৰভাৱিত কৰিব নোৱাৰে।
ঋণাত্মক শক্তি
প্ৰেমানন্দ মহাৰাজৰ মতে, যিমানে আমি সুখ নিজৰ মাজত ৰাখিম সিমানেই সুখী থাকিম।
সুখ
সুখ আৰু সফলতা ঈশ্বৰ প্ৰদত্ত, যেতিয়ালৈ নিজৰ ওচৰত থাকিব তেতিয়ালৈ সুৰক্ষিত।
প্ৰেমানন্দ মহাৰাজ
চাবলৈ ক্লিক কৰক
ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে নেকি?
Learn more