অসমীয়া ছবি জগতলৈ সুখবৰ।

অসমীয়া ছবি জগতলৈ সুখবৰ।

20  Dec 2024

TV9 ASSAM

Tv9-Assam-Logo
নৱবৰ্ষত ছবিগৃহলৈ আহিব 'বনৰজা'। আজি মুকলি কৰিলে ছবিখনৰ Firstlook

 নৱবৰ্ষত ছবিগৃহলৈ আহিব 'বনৰজা'। আজি মুকলি কৰিলে ছবিখনৰ Firstlook

অসমীয়া ছবি

কণ্ঠশিল্পী নেকিবক এইবাৰ দেখিবলৈ পোৱা যাব অভিনেতাৰ ৰূপত।

কণ্ঠশিল্পী নেকিবক এইবাৰ দেখিবলৈ পোৱা যাব অভিনেতাৰ ৰূপত।

নেকিব

২০২৫ৰ দুৰ্গাপূজাৰ সময়ত মুক্তিলাভ কৰিব নেকিবৰ 'বনৰজা'ই।

২০২৫ৰ দুৰ্গাপূজাৰ সময়ত মুক্তিলাভ কৰিব নেকিবৰ 'বনৰজা'ই।

নতুন ছবি

অসমীয়া ছবিজগতৰ সুদিন ঘূৰি আহিছে। ইখনৰ পিছত সিখন ছবি মুক্তি পাইছে।

সুদিন

  অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানত চলিব ছবিখনৰ দৃশ্যগ্ৰহণ।

দৃশ্যগ্ৰহণ

এই ছবিখনত কণ্ঠদান কৰিব জুবিন গাৰ্গে। আজি কেক কাটি পোষ্টাৰ মুকলি কৰে।

পোষ্টাৰ

কণ্ঠশিল্পীজনক অভিনেতাৰ ৰূপত চাবলৈ সকলো আগ্ৰহী।

নেকিব

চাবলৈ ক্লিক কৰক 

মেজি জ্বলোৱাৰ কাৰণ