থাইলেণ্ড ভ্ৰমণ হৈ পৰিব স্মৰণীয়, কেৱল এইসমূহ স্থানত যাবলৈ নাপাহৰিব

১৭ মে' ২০২৪

 TV9 Assam

কিছুদিন পূৰ্বে থাইলেণ্ড ভ্ৰমনলৈ গৈছিল অভিনেত্ৰী স্বেতা তিৱাৰী

স্বেতা তিৱাৰী

বন্ধৰ সময় উদযাপন কৰি সামাজিক মাধ্যমত স্বেতাই শ্বেয়াৰ কৰিছে।

বন্ধ উদযাপন

এই ভ্ৰমণত থাইলেণ্ডত থকা বুদ্ধ মন্দিৰতো দেখা গ'ল স্বেতাক।

শান্তি

এজন ভাৰতীয়j থাইলেণ্ডৰ জনপ্ৰিয় স্থানবোৰ চাব লাগিলে ৫০-৬০ হাজাৰকৈ খৰচ হ'ব।

বিশেষ স্থান

বুদ্ধ মন্দিৰৰ উপৰিও থাইলেণ্ডত বহুতো শান্তিময় স্থান আছে, য'ত গৈ আপুনি শান্তি লাভ কৰিব পাৰে

বুদ্ধ মন্দিৰ

থাইলেণ্ডত ফুকেট, কমলা আদিৰ দৰে ভাল লগা স্থান আছে, য'ত পানীৰ আনন্দ ল'ব পাৰিব।

পানী 

এই স্থানত চাৰিওফালে হাবিৰে ভৰি আছে, ইয়াত হাতী ছাফাৰীও কৰিব পাৰিব

কাথু গাঁও

থাইলেণ্ডত নিশা ফুৰি সকলোৱে ভাল পায়, কাৰণ দোকানসমূহ ৰং-বিৰঙী পোহৰেৰে উজলি থাকে।

নিশাৰ থাইলেণ্ড

চাবলৈ ক্লিক কৰক

কম দামত ফোন