কোনখন দেশে সৰ্বাধিক ICC ট্ৰফী লাভ কৰিছে? 

 4   NOV 2025

Pic Credit: PTI/GETTY/Unsplash

TV9 ASSAM

ICC ট্ৰফী জয়ৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে অষ্ট্ৰেলিয়া। দেশখনৰ ওচৰত ২৭টা আইচিচি খিতাপ আছে। তেওঁলোকৰ পুৰুষ দলে ১০টা, মহিলা দলে ১০টা আৰু ১৯ বছৰ অনুৰ্ধ্বৰ পুৰুষ দলে ৫ টা ট্ৰফী লাভ কৰিছে।

অষ্ট্ৰেলিয়া - ২৭ টা খিতাপ

অষ্ট্ৰেলিয়াৰ পিছতে ভাৰতে ১৫টা ICC খিতাপ দখল কৰি দ্বিতীয় স্থানত আছে। ভাৰতীয় পুৰুষৰ দলে আইচিচিৰ ৭টা, মহিলা দলে ১টা খিতাপ দখল কৰিছে ৷ লগতে ১৯ বছৰ অনুৰ্ধ্ব পুৰুষৰ দলে ৫টা, ১৯ অনুৰ্ধ্ব মহিলা দলে ২টা ICC ট্ৰফী লাভ কৰিছে।

ভাৰত - ১৫ টা ট্ৰফী

ভাৰত একমাত্ৰ ক্ৰিকেট দল যাৰ প্ৰতিটো দলে ICC খিতাপ দখল কৰিছে। ভাৰতৰ বাহিৰে আন কোনো দেশেই ১৯ বছৰ অনুৰ্ধৰ মহিলা দলৰ সৈতে আই চি চিৰ ট্ৰফী লাভ কৰিব পৰা নাই।

একমাত্ৰ দল

ইংলেণ্ডে ৯টা আইচিচি খিতাপ দখল কৰাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজে পুৰুষ, মহিলা, আৰু ১৯ বছৰ অনুৰ্ধ্বৰ ক্ৰিকেটৰ সংমিশ্ৰণেৰে ৭টা খিতাপ দখল কৰিছে।

ইংলেণ্ড - ৯, WI - ৭

পাকিস্তানে ৫টা খিতাপ জয় কৰাৰ বিপৰীতে নিউজিলেণ্ডে ৪টা খিতাপ দখল কৰিছে।

পাকিস্তান - ৫, নিউজিলেণ্ড - ৪

শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকাই ৩টাকৈ আইচিচি খিতাপ দখল কৰিছে।

শ্ৰীলংকা আৰু SA-৩

বাংলাদেশেও খুলিছে একাউণ্ট । ১৯ বছৰ অনুৰ্ধ পুৰুষ ক্ৰিকেটত ১ টা আই চি চি খিতাপ দখল কৰিছে।

বাংলাদেশ - ১

কেতিয়া হাতলৈ আহিব ধন? 

চাবলৈ ক্লিক কৰক