ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি, দূৰ হ'ব সকলো সমস্যা...

ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি, দূৰ হ'ব সকলো সমস্যা...

২০ অক্টোবৰ, ২০২৪

TV9 ASSAM

Tv9-Assam-Logo
হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ যথেষ্ঠ মান্যতা আছে। বাস্তু অনুসৰি ঘৰত বস্তু ৰাখিলে বা দেৱ-দেৱীৰ মূৰ্তি ৰাখিলে শুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়।

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ যথেষ্ঠ মান্যতা আছে। বাস্তু অনুসৰি ঘৰত বস্তু ৰাখিলে বা দেৱ-দেৱীৰ মূৰ্তি ৰাখিলে শুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়।

বাস্তু শাস্ত্ৰ

ঘৰৰ মুখ্য দুৱাৰত ভগৱান গণেশৰ প্ৰতিমা ৰাখিলে ঘৰত সুখ- শান্তি থাকে বুলি কোৱা হয়। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই সকলো কাৰ্যত সফলতা লাভ কৰে।

ঘৰৰ মুখ্য দুৱাৰত ভগৱান গণেশৰ প্ৰতিমা ৰাখিলে ঘৰত সুখ- শান্তি থাকে বুলি কোৱা হয়। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই সকলো কাৰ্যত সফলতা লাভ কৰে।

ঘৰত সুখ- শান্তি

বাস্তু অনুসৰি, ঘৰৰ মূল দুৱাৰত গণেশৰ মূৰ্তি ৰাখিব লাগে। ইয়াৰ ফলত পৰিয়ালৰ প্ৰত্যোক সদস্যৰ ওপৰত গণেশৰ কৃপা থাকে আৰু সকলো কাৰ্যৰ বাধা দূৰ হয়।

বাস্তু অনুসৰি, ঘৰৰ মূল দুৱাৰত গণেশৰ মূৰ্তি ৰাখিব লাগে। ইয়াৰ ফলত পৰিয়ালৰ প্ৰত্যোক সদস্যৰ ওপৰত গণেশৰ কৃপা থাকে আৰু সকলো কাৰ্যৰ বাধা দূৰ হয়।

মুখ্য দুৱাৰ লগাৱক

ঘৰৰ মুখ্য দুৱাৰৰ দক্ষিণ বা উত্তৰ দিশত গণেশৰ মূৰ্তি লগাব নালাগে।  এই দিশত গণেশৰ মূৰ্তি বা ফটো ৰখা অশুভ বুলি গন্য কৰা হয়।

দিশ

গণেশৰ মূৰ্তিৰ মুখ উত্তৰ দিশত থাকিব লাগে। গণেশৰ মূৰ্তি আৰু পূজাঘৰৰ বাবে সৰ্বোত্তম দিশ উত্তৰ, উত্তৰ-পূব আৰু পশ্চিম দিশ বুলি কোৱা হয়।

দিশ

বাস্তু দোষৰ পৰা মুক্তি লাভ কৰিবলৈ ঘৰৰ মুখ্য দুৱাৰত গণেশৰ ফটো বা মূৰ্তি লগাৱক। এনে কৰিলে মানুহৰ জীৱনৰ পৰা সকলো দুখ-কষ্ট দূৰ হোৱাৰ লগতে সুখৰ আগমন হয়।

 দোষৰ পৰা মুক্তি

গণেশৰ প্ৰতিমা স্থাপন কৰাৰ সময়ত মন কৰিব যে গণেশৰ মুখ ঘৰৰ ভিতৰৰ ফালে থাকে। এনে কৰিলে ঘৰ সুখ- সমৃদ্ধি হয়। ইয়াৰোপৰি সুন্দুৰী ৰঙৰ মূৰ্তি বা ফটো স্থাপন কৰা শুভ।

ৰং

পঢ়িবলৈ ক্লিক কৰক

ধন প্ৰাপ্তিৰ বাবে বাস্তু টিপচ