কিডনী বিকল হোৱাৰ লক্ষণসমূহ জানক...

23 May 2025

TV9 ASSAM

কিডনী বিকল হ'লে শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। ডাঃ সুভাষ গিৰিয়ে কয় যে, বৃক্ক বিকল হোৱাৰ ফলত শৰীৰত বিষাক্ত পদাৰ্থৰ স্তৰ বৃদ্ধি হয়। যাৰ বাবে ছালত খজুৱতি হয়।

খজুৱতি

বৃক্ক বিকল হোৱাৰ ফলত ছালত ৰঙা পৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ নিশা যদি খজুৱতি আৰু জ্বলা-পোৰাৰ সমস্যাৰ সৃষ্টি হয় তেতিয়া ই বৃক্ক বিকল হোৱাৰ সংকেত হ'ব পাৰে।

ৰঙা পৰা

বৃক্ক ঠিক মতে কাম নকৰাৰ বাবে শৰীৰত পানী আৰু ছোডিয়াম জমা  হ'বলৈ ধৰে।  যাৰ ফলত শৰীৰৰ বিভিন্ন অংগ যেনে ভৰি-হাত, পেট আদি ফুলিব পাৰে। এই ক্ষেত্ৰত চিকিৎসকৰ সহায় লোৱা দৰকাৰ।

ফুলি উঠা

ডাঃ সুভাষ গিৰিয়ে কয় যে, বৃক্ক বিকল হোৱাৰ ফলত ছালৰ ৰং সলনি হয়। ইয়াৰ ফলত ছালৰ ৰং হালধীয়া বা সেতা পৰা হ'ব পাৰে। এই ক্ষেত্ৰত চিকিৎসকৰ সহায় লোৱা দৰকাৰ।

ৰং সলনি

কিডনী বিকল হোৱাৰ ফলত শৰীৰত পানীৰ অভাৱ হয়। যাৰ ফলত শুকান হৈ পৰে। গতিকে এই সকলোবোৰ কিডনী বিকল হোৱাৰ লক্ষণ হ'ব পাৰে।

শুকান

ইয়াৰোপৰি ছালত সৰু সৰু গুটি, ঘাঁ আদি হ'ব পাৰে। লগতে অন্য লক্ষণেও দেখা দিব পাৰে। এই ক্ষেত্ৰত সজাগ হোৱা ভাল।

অন্য লক্ষণ

 যদি এইসমূহ লক্ষণে দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ। ইয়াৰোপৰি ইয়াৰ বিষয়ে অধিক চিকিৎসকে জনাব পাৰিব।

চিকিৎসক

পঢ়িবলৈ ক্লিক কৰক 

ডায়েবেটিছৰ লক্ষণ