মহিলাৰ HIV সংক্ৰমণৰ প্ৰাৰম্ভিক পৰ্যায়ত দেখা দিয়া চাৰিটা প্ৰধান লক্ষণ

25 October 2025

TV9 ASSAM

HIV ভাইৰাছ হৈছে এক গুৰুতৰ সংক্ৰমণ যিয়ে লাহে লাহে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। ইয়াৰ বাবে শৰীৰে সৰু সৰু ৰোগৰ লগতো যুঁজিবলৈ অক্ষম হৈ পৰে।

HIV ভাইৰাছ 

অসুৰক্ষিত যৌন সম্পৰ্ক, সংক্ৰমিত তেজ, স্তনপানৰ সময়ত মাতৃৰ পৰা শিশুলৈ এই ভাইৰাছ সংক্ৰমিত হ'ব পাৰে।

সংক্ৰমণৰ কাৰণ

মহিলাৰ HIV হ'লে শৰীৰত বহুতো লক্ষণে দেখা দিয়ে। এইবোৰক আওকাণ কৰা উচিত নহয়। জানোঁ আহক।

লক্ষণ

বিশেষজ্ঞৰ মতে, HIV প্ৰাৰম্ভিক এটা সাধাৰণ লক্ষণ হ'ল অহৰহ ভাগৰ আৰু দুৰ্বলতা অনুভৱ। পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাৰ পিছতো ভাগৰুৱা অনুভৱ কৰিব পাৰে।

ভাগৰ আৰু দুৰ্বলতা

HIV আক্ৰান্ত মহিলাসকলে সঘনাই মৃদু জ্বৰ অনুভৱ কৰিব পাৰে। ইয়াৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ লক্ষণ।

জ্বৰ অনুভৱ

HIV ৰ প্ৰাৰম্ভিক অৱস্থাত ওজন কমি যাব পাৰে আৰু ভোক কমি যাব পাৰে। হঠাতে ওজন কমি যোৱাটো এটা ডাঙৰ লক্ষণ হ'ব পাৰে।

ওজন হ্ৰাস

মহিলাসকলে প্ৰায়ে ব্যক্তিগত স্থানত ছালৰ ফোঁহা, বেক্টেৰিয়াৰ সংক্ৰমণৰ দৰে সমস্যাৰ সন্মুখীন হয়। ই HIV ৰ লক্ষণ হ'ব পাৰে।

বেক্টেৰিয়াৰ সংক্ৰমণ

পঢ়িবলৈ ক্লিক কৰক

ৰাতিপুৱা খালী পেটত ডালচেনিৰ পানী খালে কি হয়?