দাঁতৰ সংক্ৰমণবোৰ ডিঙি, নাক আৰু কাণলৈ যাব পাৰে।
12 Sept 2025
TV9 ASSAM
বেছিভাগ ক্ষেত্ৰতে অপৰিষ্কাৰ আৰু ৰোগাক্ৰান্ত দাঁত তথা আলুৰ কাৰণে মুখৰ পৰা দুৰ্গন্ধ ওলায়।
গোন্ধ
গুৰিৰ পৰা তেজ ওলোৱাটো দাঁতৰ আলুৰ বেমাৰৰ প্রথম আৰু প্রধান লক্ষণ।
লক্ষণ
দাঁতৰ গুৰিত প্লেক আৰু টাৰটাৰ জমা হৈ দাঁতৰ গুৰি ফুলি উঠে।
কাৰণ
চিকিৎসা-বিজ্ঞানত ইয়াক জিনজিভাইটিছ বুলি কোৱা হয়।
নাম
দাঁত চাফা কৰোঁতে যেতিয়া আলুত ব্ৰাছৰ আঘাত লাগে তেতিয়া ইয়াৰ পৰা তেজ ওলায়।
কাৰণ
দাঁত ব্ৰাছ কৰোঁতে দাঁতৰ গুৰিৰ পৰা তেজ ওলালে কেতিয়াও অবহেলা কৰিব নালাগে।
মনত ৰাখক
দাঁতৰ কোনো সমস্যাক অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লওক।
মনত ৰাখক
লগতে পঢ়ক
EMI ত ফোন লৈছে নেকি?