TV9 ASSAM
নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইবিধ বস্তু! যিয়ে শৰীৰক সুস্থ কৰি ৰাখে আৰু পুৰুষৰ যৌন ক্ষমতা বৃদ্ধি কৰে।
আপুনি জানেনে যে লঙে ৰন্ধা-বঢ়াৰ সোৱাদ বৃদ্ধি কৰাই নহয়, শৰীৰৰ বাবেও অতি উপকাৰী। লঙত ভিটামিন কে, মেংগানিজ, আঁহ, আৰু কিছুমান গুৰুত্বপূৰ্ণ এন্টিঅক্সিডেন্ট থাকে।
নিয়মিতভাৱে লং সেৱন কৰিলে পুৰুষে অকালতে বীর্যপাতৰ সমস্যাৰ পৰা মুক্তি পায়।
গৱেষণাৰ পৰা দেখা গৈছে যে কেৱল পুৰুষেই নহয়, মহিলাসকলেও লৱণ খালে উপকৃত হয়।
লঙে মহিলাৰো যৌন ইচ্ছা বৃদ্ধিত সহায় কৰে। গতিকে প্ৰতিদিনে এটুকুৰা লং চোবাই খাব লাগে।
পুৰুষে গৰম পানীৰ লগত খালে সুফল পাব। আৰু ৰাতি শুই উঠাৰ আগতে লং খাব।
এই তথ্য সামাজিক মাধ্যমৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে TV9 Assam ৰ নিজৰ তথ্য নহয়।
পঢ়িবলৈ ক্লিক কৰক
কণ্ডমৰ বিক্ৰীয়ে কৰিছে আচৰিত!