গ্ৰীষ্মকালত দৈৰ সৈতে ভুলতেও নাখাব এই সামগ্ৰী

7 Mayl 2024

গ্ৰীষ্মকাল অহাৰ লগে লগে মানুহে ঠাণ্ডা বস্তু খাবলৈ আৰম্ভ কৰে

স্বাস্থ্য

গ্ৰীষ্মকালত শৰীৰটো হাইড্ৰেড কৰি ৰাখিব লাগে 

স্বাস্থ্য

এই সময়ছোৱাত যথেষ্ঠ ফল-মূল খাব লাগে

স্বাস্থ্য়

বহুজনে এই সময়ছোৱাত ঠাণ্ডা বস্তু খাই ভাল পায়, যিটো শৰীৰৰ বাবে ক্ষতিকাৰক।

স্বাস্থ্য

সেউজীয়া শাক-পাচলিও শৰীৰৰ বাবে অতি উত্তম

স্বাস্থ্য

দৈ মিহলি গুড় খালে আপোনাৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাব পাৰে

শৰীৰৰ বাবে অপকাৰী

শৰীৰত বদহজম, এচিডিটি আদি বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে।

শৰীৰৰ বাবে অপকাৰী

বহুতে পিঁয়াজ কাটি ৰাইতাত মিহলাই লয়। পিঁয়াজ প্ৰকৃতিত গৰম হোৱাৰ বিপৰীতে ৰাইতা প্ৰকৃতিত ঠাণ্ডা। ইয়াৰ ফলত এলাৰ্জীৰ সমস্যা হ'ব পাৰে।

শৰীৰৰ বাবে অপকাৰী

চাবলৈ ক্লিক কৰক

ব্যায়ামৰ কিমান আগত খাদ্য গ্ৰহণ কৰিব লাগে?