পালেং শাক শীত কালত হোৱা এবিধ ঔষধি শাক। 

08 Nov 2025

TV9 ASSAM

পালেং শাক সিজাই জোল কৰি, দাইল মাছৰ আঞ্জা বা কেঁচাই চাটনি কৰি খাব পাৰি।

উপকাৰ

পালেং শাক খালে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়।

উপকাৰ

তদুপৰি, গেছ আৰু বদহজমৰ দৰে সমস্যা আঁতৰ কৰাতো পালেং শাক যথেষ্ট উপকাৰী।

উপকাৰ

পালেং শাকত আঁহৰ পৰিমাণ বেছি। দ্ৰৱণীয় আঁহে তেজৰ ছুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। 

উপকাৰ

ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবে এই শাক উপকাৰী।

উপকাৰ

 মধুমেহ ৰোগীয়ে ডাক্তৰৰ পৰামৰ্শ মতে এই শাক খাদ্য তালিকাত ৰাখিব লাগে।

উপকাৰ

 পালেং শাকত যথেষ্ট পৰিমাণত আইৰণ, এণ্টিঅক্সিডেণ্ট, ভিটামিন, খনিজ আৰু পুষ্টি থাকে। 

উপকাৰ

লগতে পঢ়ক

চৰ্দিৰ বাবে নাক বন্ধ হৈ পৰে নেকি?