গৰমত আপোনাৰ ফোনটো বাৰে বাৰে হেং হৈ পৰে নেকি?
28 Sept 2025
TV9 ASSAM
শীঘ্ৰে সলনি কৰক এই অভ্যাস, নহ'লে বিপদত পৰিব আপুনি!
হেং
ফোন বেছি গৰম হ'লে আপোনাৰ মোবাইল কেনেকৈ নষ্ট হয় জানক।
ফোন
ফোন বেছি গৰম হ'লে বেটাৰী লাইফ আৰু ফোনটো চলোৱাত সমস্যা হয়।
সমস্যা
কেতিয়াও সূৰ্যৰ পোহৰ পৰা স্থানত ফোন নাৰাখিব।
সমস্যা
ফলত কেৱল বেটাৰী লাইফে নহয়, বেটাৰী হেল্থো বেয়া হয়।
বেটাৰী
লগাতকৈ বেছি ফোন চাৰ্জ কৰিলে ফোন গৰম হয় আৰু ওভাৰ চাৰ্জ হয়।
চাৰ্জ
ফোনট ডাঠ কভাৰ লগালেও সমস্যাৰ সৃষ্টি হয়। গতিকে সাৱধান।
সমস্যা
লগতে পঢ়ক
চাণক্য নীতি জানক
Learn more