ঘিউ মুখত লগালে কি হয়? জানক উপকাৰিতা

1 December, 2024 

TV9 ASSAM

ঘিউত বহু উপকাৰী গুণ আছে। ঘিউ শৰীৰৰ বাবে উপকাৰী। ই দেহত শক্তি যোগান ধৰাৰ লগতে ভাগৰ  লগা ভাৱ আৰু দুৰ্বল নোহোৱা কৰে।  মুঠতে ঘিউ শৰীৰৰ বাবে বহু উপকাৰী।

ঘিউ

কেৱল শৰীৰৰ বাবে নহয়, ছালৰ বাবেও ঘিউ উপকাৰী। ছালত ঘিউ লগালে উজ্বলতা বৃদ্ধি হোৱাৰ লগতে ছালৰ বহু সমস্যাও দূৰ হয়।

ছালৰ বাবে

ঘিউ লগালে ছালৰ ৰং সলনি হয়। এক কথাত প্ৰতিদিনে পুৱা মুখত ঘিউ লগালে ছাল বগা হোৱাত সহায় হয় লগতে ই উজ্বল কৰি তোলে।

ৰং

প্ৰতিদিনে পুৱা মুখত ঘিউ লগালে বহু সমস্যা দূৰ হয়। ঘৰত প্ৰস্তুত কৰা ঘিউ লগোৱাৰ ফলত ছালৰ গাদ নোহোৱা হয় বা ক'লা পৰা সমস্যা দূৰ হয়।

দাগ

মুখত  হোৱা শালমইনা,ফোহা আদিও ঘিউয়ে ঠিক কৰে। ঘিউ লগোৱাৰ ফলত ছালৰ শুকান ভাৱ নোহোৱা হয়। ই ছালক মইশ্যৰাইজাৰ কৰে।

শালমইনা

যদি আপোনাৰ শুকান ছাল, তেন্তে আপুনি ঘিউ ব্যৱহাৰ কৰিব পাৰে। ঘিউত থকা গুণে ছালৰ শুকানতা দূৰ কৰাত সহায় কৰে।

হাইড্ৰেট

ঘৰত প্ৰস্তুত কৰা ঘিউ ১ চামুচ মুখত ভালদৰে লগাব পাৰে। তাৰ পাছত ২-৩ মিনিট মালিচ কৰি অলপ সময় ৰাখি ১০-১৫ মিনিট পাছত ধুই দিব লাগে।

কেনেকৈ লগাব

পঢ়িবলৈ ক্লিক কৰক 

কাউৰী ঘৰলৈ অহা ভাল নে বেয়া