9 Aug 2025
TV9 ASSAM
Photos Credit: Getty Images
ডুবাই কেৱল আধুনিকতা, বিলাসী জীৱনৰ বাবেই বিখ্যাত নহয়, এই চহৰখন খাদ্য বাবেও বিখ্যাত।
ডুবাই লোকে বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰে। স্থানীয় পৰম্পৰাগত খাদ্য উপৰি ভাৰতীয়, লেবানন, ইৰাণীকে ধৰি বহু দেশৰ খাদ্য উপলব্ধ।
ডুবাইৰ প্ৰায়বোৰ পৰম্পৰাগত খাদ্যৰ অংশ হৈছে ৰুটি। কিন্তু ডুবাইৰ ৰুটিৰ প্ৰস্তুত কৰা ধৰণ আৰু আকৃতিৰ পাৰ্থক্য আছে।
ডুবাইৰ এটা ৰুটিৰ দামৰ বিষয়তে তথ্য ডুবাইৰ বিখ্যাত টুণ্ডে কাবাবী ৰেষ্টুৰেণ্টৰ মেনুত পোৱা যাব।
টুণ্ডে কাবাবিৰ ৱেবছাইট অনুসৰি ডুবাইত এটা ৰুটিৰ দাম 7 UAE ডিৰহাম। ভাৰতীয় মুদ্ৰাত ইয়াৰ দাম ১৬৪ টকা।
২০২৩ চনৰ পৰিসংখ্যা অনুসৰি ভাৰতীয়সকলৰ বাবে ডুবাই অন্যতম শীৰ্ষ গন্তব্যস্থান। সেই বৰ্ষত ১২ লাখ ভাৰতীয়ই ডুবাই ভ্ৰমণ কৰিছিল।
ডুবাইৰ লগতে ছৌদি আৰৱ ভ্ৰমণ কৰি ভাল পায় ভাৰতীয়সকলে। ২০২৩ চনত ৬ লাখ ৭০ হাজাৰ ভাৰতীয়ই ছৌদি আৰৱ ভ্ৰমণ কৰিছিল।
পঢ়িবলৈ ক্লিক কৰক