24 Dec 2025
TV9 ASSAM
সকলো গ্ৰহৰ ভিতৰত শনিদেৱ একমাত্ৰ গ্ৰহ যিয়ে ব্যক্তিক তেওঁৰ কৰ্ম অনুসৰি ফলাফল প্ৰদান কৰে।
তেওঁৰ দৃষ্টিৰ পৰা হাত সাৰিবলৈ সকলোৱে তেওঁক প্ৰণাম কৰে। কিন্তু শনি দেৱৰ পূজাৰ সময়ত কি নিয়ম মানি চলিব লাগে জানেনে?
শনিদেৱৰ পূজাত ভুলতেও তামৰ বাচন ব্যৱহাৰ কৰা উচিত নহয় কাৰণ তাম সূৰ্যৰ ধাতু আৰু শাস্ত্ৰ মতে শনি আৰু সূৰ্য ইজনে সিজনৰ শত্ৰু।
ভুলতেও শনি দেৱক ৰঙা ৰঙৰ ফুল, ৰঙা ৰঙৰ কাপোৰ ইত্যাদি আগবঢ়াব নালাগে, কাৰণ এই ৰং মংগল গ্ৰহৰ। শনি আৰু মংগল গ্ৰহ ইটোৱে সিটোৰ বিপৰীত।
শনি দেৱৰ পূজাত হালধীয়া চন্দন ব্যৱহাৰ কৰিব নালাগে। শনি মহাৰাজক সদায় ৰঙা চন্দন আগবঢ়াওক। এনে কৰিলে শনিৰ অশুভ প্ৰভাৱ কমি যায়।
শনিদেৱৰ পূজাৰ পিছত যদি আপুনি খিচিৰি আগবঢ়াই আছে, তেন্তে ভুলতেও তাত মচুৰ দাইল নিদিব। এনে কৰি শনি দেৱ খং উঠে। কাৰণ মংগল গ্ৰহৰ পূজাত মচুৰ দাইল আগবঢ়োৱা হয়।
শনি দেৱক পুৱা বা দুপৰীয়া নহয় সূৰ্যাস্তৰ পিছত পূজা কৰিব লাগে। সূৰ্য উদয়ৰ সময়ত শনিৰ পিঠিত সূৰ্যৰ ৰশ্মি পৰে।
পঢ়িবলৈ ক্লিক কৰক