১৭ মে' ২০২৪
TV9 Assam
ভুলক লৈ দুখ কৰি থকাতকৈ প্ৰতিটো ভুলৰ পৰা নিজক সংশোধন কৰিব লাগে।
ব্য়স্ত জীৱনত আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা সময় মিলাই চলিব লাগে।
যিমান বিপদ বা সংগ্ৰাম কৰিব লগা হ'লেও মনটোক পজিটিভ ৰাখিব লাগে।
আপুনি আপোনাৰ ৰুচি-অভিৰুচিক গুৰুত্ব দিয়ক
হাজাৰ ব্যস্ততাৰ মাজতো নিজক সময় দিয়ক, নিজৰ ভুলবোৰ এৰি চলক।
চবলৈ ক্লিক কৰক