সপোনত এই পাঁচটা বস্তু দেখাটো অত্যন্ত শুভ

 8  NOV 2025

Photos Credit: Meta AI

TV9 ASSAM

প্ৰাচীন হিন্দু শাস্ত্ৰ অনুসৰি কিছুমান সপোন অতি শুভ বুলি গণ্য কৰা হয়। এনে সপোনে জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। গতিকে এই বিষয়ে জানো আহক।

এই সপোনবোৰ শুভ

সপোনক মানুহৰ গভীৰ ভৱিষ্যতৰ সংকেত বুলি গণ্য কৰা হয়। স্বপ্ন বিজ্ঞানত কোৱা হৈছে যে প্ৰতিটো সপোনৰ কিবা নহয় কিবা অৰ্থ থাকে। কিছুমান সপোন শুভ, আন কিছুমান অশুভ।

ভৱিষ্যতৰ সংকেত

সপোন বিজ্ঞানৰ মতে সপোনত জীপাল সেউজীয়া গছ বা ফুলৰ বাগিচা দেখাটো অতি শুভ লক্ষণ। এনে সপোনটোৱে ইংগিত দিয়ে যে কিছু ভাল খবৰ আহিব।

ফুলৰ বাগিচা

কোনো ব্যক্তিয়ে যদি ৰূপৰে ভৰা কহল দেখা পায় তেন্তে ইয়াক অতি শুভ লক্ষণ আৰু সমৃদ্ধিৰ চিন বুলি গণ্য কৰা হয়। এই সপোনে জীৱনত ধন-সম্পত্তি আৰু সমৃদ্ধিৰ আগমনৰ ইংগিত দিয়ে।

ৰূপৰ কলহ

কোনো ব্যক্তিয়ে যদি সপোনত ঈশ্বৰক দেখে তেন্তে সেয়া অত্যন্ত শুভ। এনে সপোনে জীৱনৰ পৰা দুখ, বিপদ, বাধা আঁতৰোৱাৰ ইংগিত দিয়ে।

ঈশ্বৰৰ দৰ্শন

কোনো ব্যক্তিয়ে যদি সপোনত চিনাকি মানুহৰ মৃত্যু দেখিছে, তেন্তে ই জীৱনৰ নতুন আৰম্ভণি বা পুৰণি পৰ্যায়ৰ অন্তৰায়ৰ প্ৰতীক।

মৃত্যু দেখা

কোনো ব্যক্তিয়ে যদি সপোনত দাপোনত নিজৰ মুখখন দেখে তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। এই সপোনটোৱে ইংগিত দিয়ে যে জীৱনৰ এক নতুন পৰ্যায় আৰম্ভ হ’বলৈ ওলাইছে।

আইনাত নিজকে দেখা

১৬ নৱেম্বৰৰ পিছত কপাল ফুলিব  ২ ৰাশিৰ লোকৰ!

চাবলৈ ক্লিক কৰক