শাওন মাহত এইদৰে পূজা কৰক হনুমানক

15 JULY 2025

TV9 ASSAM

Credits: Getty Images

ভগৱান শিৱৰ পূজাৰ বাবে শাওন মাহ অতি শুভ আৰু ফলদায়ক বুলি গণ্য কৰা হয়।

শাওন মাহ

অসমীয়া কেলেণ্ডাৰ মতে ১৮ জুলাইৰ পৰা শাওন মাহ আৰম্ভ হ'ব। ইফালে হিন্দু পঞ্জিকা অনুসৰি ২০২৫ চনত ১১ জুলাইৰ পৰা শাওন মাহ আৰম্ভ হৈছে।

শাওন

হিন্দু পঞ্জিকা অনুসৰি আজি শাওনৰ প্ৰথম মঙলবাৰ। এই মঙলবাৰে হনুমানৰ সৈতে ভগৱান শিৱক পূজা কৰক।

শাওনৰ প্ৰথম মঙলবাৰ

হনুমানক ভগৱান শিৱৰ ২য় ৰুদ্ৰ অৱতাৰ বুলি গণ্য কৰা হয়।

ভগৱান শিৱৰ অৱতাৰ

শাওনত ভগৱান শিৱৰ সৈতে হনুমানক পূজা কৰিলে বিশেষ ফল পোৱা যায়।

শাওনত হনুমান পূজা

এই দিনটোত হনুমান মন্দিৰলৈ গৈ হনুমানৰ নামত চামেলি ফুলৰ তেলৰ চাকি জ্বলাই হনুমান চালিছা পাঠ কৰক

শাওনৰ মঙলবাৰৰ প্ৰতিকাৰ

লগতে মন্দিৰত পানৰ ওপৰত গুড় আৰু বুট ৰাখি হনুমানক অৰ্পণ কৰক।

শাওনৰ মঙলবাৰৰ ভোগ

চাবলৈ ক্লিক কৰক 

ঘৰৰ ভিতৰত পখিলা সোমোৱাটো কিহৰ সংকেত